ৰাজপথত বাগৰি পৰিল পিঁয়াজ ভৰ্তি ট্ৰাক

পুৱতি নিশা মৰিগাঁও বাচনাঘাটত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে বাগৰিল এখন পিঁয়াজ ভৰ্তি ট্ৰাক।

দূৰ্ঘটনাত পতিত হোৱা ট্ৰাক খনৰ নম্বৰ হৈছে UP 22 CT 0411

Leave a Reply

Your email address will not be published. Required fields are marked *