দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে বিধ্বংসী অগ্নিকাণ্ড

দীপাৱলীৰ আনন্দৰ মাজতে মৰিগাঁও নাওকতা গাঁৱত ভয়ানক অগ্নিকাণ্ড।

জানিব পৰা মতে আতচবাজীৰ ফিৰিঙতি ছিটিকি পৰি ভাস্মিভূত হয় এটি গৃহ আৰু খেৰ।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

যাৰ ফলত কথমপি ৰক্ষা পৰে বহুকেইটা বাসগৃহ।

Leave a Reply

Your email address will not be published. Required fields are marked *