৩৫ জন যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেভেলাৰত খুন্দা ট্ৰেইলাৰৰ!

কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ দুৰ্ঘটনা

৩৫ জন যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেভেলাৰত খুন্দা মাৰিলে ট্ৰেইলাৰে

দুৰ্ঘটনাত ১০ জনৰো অধিক নিহত হোৱাৰ আশংকা

ট্ৰেভেলাৰখনে কঢ়িয়াই নিছিল কলেজীয়া এটা ছাত্ৰীৰ দল

দুৰ্ঘটনাত আহত সকলত ভৰ্তি কৰা হৈছে কঁহৰা আদৰ্শ চিকিৎসালয়ত

Leave a Reply

Your email address will not be published. Required fields are marked *