ভয়ংকৰ অগ্নিকাণ্ড;ভস্মীভূত ৫খনকৈ দোকান

চামগুৰিৰ শিৱস্থান বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডত ভস্মীভূত ৫খনকৈ দোকান

বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ

দোকানৰ প্ৰায় কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত ভস্মীভূত হয়

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ নিৰ্বাপন কৰে জুই

Leave a Reply

Your email address will not be published. Required fields are marked *