মহানগৰীত পুনৰ ফাটিল পানীৰ পাইপ৷
এইবাৰ গেমণৰ পাইপ ফাটি পাণ্ডুত হাহাকাৰ৷
পাণ্ডু জয়মতী নগৰত গেমনৰ কামৰ পঁয়ালগা দৃশ্য।
পানীৰ পাইপ ফাটি যোৱাৰ ফলত জলমগ্ন হৈ পৰে অঞ্চলটো।
ঘটনা সন্দৰ্ভত জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়া।
মহানগৰীৰৰ বিভিন্ন প্ৰান্তত গেমণৰ পাইপ ফাটি যোৱা ঘটনা প্ৰায় সংঘটিত হৈ থাকে।
তাৰ পিছতো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ।