আজি অসম গণ পৰিষদৰ ৪২ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

আজি অসম গণ পৰিষদৰ ৪২ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।

ধেমাজি ঐতিহাসিক কাছাৰী ময়দানত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। পুৱাৰ ভাগত দলীয় পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

আয়োজিত কাৰ্যসূচীত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি বহু শীৰ্ষনেতা, কৰ্মী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *