দক্ষিণ শালমাৰাৰ টুমনীত ভয়ংকৰ অগ্নিকাণ্ড।
ভস্মীভূত কেইবালাখ টকাৰ সা-সম্পত্তি।
হবিবুৰ ৰহমান নামৰ লোকজনৰ ঘৰত এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডত সোণৰ অলংকাৰ, নগদ ধনসহ নথিপত্ৰৰ ক্ষতিসাধন।
অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত নিৰ্বাপণ জুই।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ।