গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি পুণ্যতিথি

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি পুণ্যতিথি।

পুণ্যতিথিত লোকগীতৰ সম্ৰাজ্ঞীগৰাকীক সমগ্ৰ ৰাজ্যবাসীৰ সোঁৱৰণ। গোৱালপৰীয়া লোকগীতেৰে অসমীয়া সংগীতৰ ক্ষেত্ৰখনক সমৃদ্ধিশালী কৰা ‘হস্তীৰ কন্যা’ হিচাপে খ্যাত প্ৰতিমা বৰুৱা পাণ্ডেলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বহু কালজয়ী গীতেৰে অসমীয়া সংগীত জগতক চহকী কৰা প্ৰতিমা বৰুৱা পাণ্ডেই পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *