কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ উপস্থিতিত ভাৰতীয় সেনাৰ উদ্যোগত আজি ‘ভাৰত ৰাইচ’ৰ শুভাৰম্ভ কৰা হয়।
এই অনুষ্ঠানতে ভাৰতীয় সেনা আৰু ভাৰতীয় খাদ্য নিগমৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়।
অনুষ্ঠানটোত দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে।