গোৱালপাৰা জিলাত বিশেষ ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন

মহিলা খেলুৱৈসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে আৰু ক্ৰীড়াৰ জৰিয়তে নাৰী সবলীকৰণৰ উদ্দেশ্যে গোৱালপাৰা জিলাত অনুষ্ঠিত হৈছে এক বিশেষ ক্ৰীড়া প্ৰতিযোগিতা।

‘খেলো ইণ্ডিয়া’ উদ্যোগৰ অধীনত আজি জিলাভিত্তিক ‘অস্মিতা উশ্বু লীগ ২০২৬’ অনুষ্ঠিত হৈছে। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় তথা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত জিলাখনৰ দুধনৈৰ জনমন্দিৰ প্ৰেক্ষাগৃহত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।

প্ৰতিযোগিতাত বহু প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰি নিজৰ কৌশল প্ৰদৰ্শন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *