জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে।

আজি ফাষ্টট্ৰেক আদালতত নৱমগৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে।

ইতিমধ্যে আদালতত উপস্থিত হৈ নিজৰ ভাষ্যদান কৰিছে প্ৰৱাসী অসমীয়া ভাস্কৰজ্যোতি দত্তই।

Leave a Reply

Your email address will not be published. Required fields are marked *