ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

দিল্লীৰ এখন আদালতে জাৰি কৰিলে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

৮ বছৰ পুৰণি এটা ফৌজদাৰী মানহানি গোচৰত এই নির্দেশ ছাকেট ক’ৰ্টৰ

আদালতত হাজিৰ নোহোৱাৰ বাবে ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

গোচৰটোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব ৩ ডিচেম্বৰত

Leave a Reply

Your email address will not be published. Required fields are marked *