যোৰহাট চিনামৰা সদৰ তিনি আলিত বিধ্বংসী অগ্নিকাণ্ড।
চাজিদুৰ ৰহমান নামৰ ব্যৱসায়ীজনৰ গুডামত সংঘটিত অগ্নিকাণ্ড।
শ্বৰ্ট ছাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
অগ্নিকাণ্ডৰ ফলত প্ৰায় ১০ কোটিৰো অধিক মূল্যৰ সম্পত্তিৰ ক্ষতি।
হাৰ্ডৱেৰ দোকানৰ গুডামত সংঘটিত এই অগ্নিকাণ্ড।
৫খন অগ্নিনিৰ্বাপন বাহিনীৰ গাড়ীয়ে জুই নমুৱাৰ চেষ্টা অব্যাহত।