পুনৰ জনতাৰ মূৰত দামবৃদ্ধিৰ বোজা

পুনৰ জনতাৰ মূৰত দামবৃদ্ধিৰ বোজা। খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ পাছতে এইবাৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিয়ে জনতাৰ মূৰত মাধমাৰ।

শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ৩ টকা বৃদ্ধি কৰিছে। প্ৰতিলিটাৰ পেট্ৰ’লত ৩.১৪ টকাকৈ বৃদ্ধি কৰাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি কৰা হৈছে ৩.১১ টকাকৈ।

গুৱাহাটীত আজি ১ লিটাৰ পেট্ৰ’লৰ দাম ১০১.২১টকা। বিপৰীতে গুৱাহাটীত আজি ১ লিটাৰ ডিজেলৰ দাম ৯২.৫০ টকা হৈছেগৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *