NEET পৰীক্ষাক লৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ডাঙৰ ঘোষণা

NEET পৰীক্ষাক লৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ডাঙৰ ঘোষণা।

অহা বছৰৰ পৰা কম্পিউটাৰ বেছড হ’ব NEET পৰীক্ষা।

আজি সংবাদমেলযোগে এই ডাঙৰ ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

NEET-UGৰ প্ৰশ্নকাকত ফাদিলক লৈ আজি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সংবাদমেল সম্বোধন কৰে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ৩ মে’ৰ বাতিল হোৱা NEETৰ পৰীক্ষা ২১ জুন দেওবাৰে অনুষ্ঠিত হ’ব। ১৪ জুনলৈ শিক্ষাৰ্থীসকলে লাভ কৰিব এডমিট কাৰ্ড।

Leave a Reply

Your email address will not be published. Required fields are marked *