কাইলৈ পুৱা ১১ বজাত মোদী চৰকাৰৰ কেবিনেট বৈঠক

কাইলৈ পুৱা ১১ বজাত নতুন দিল্লীত মোদী চৰকাৰৰ কেবিনেট বৈঠক।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠক।

বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হোৱাৰ সম্ভাৱনা।

বিশেষকৈ পশ্চিম এছিয়াত উদ্ভৱ হোৱা যুদ্ধকালীন পৰিস্থিতি আৰু আন্তঃৰাষ্ট্ৰীয় উত্তেজনাক কেন্দ্ৰ কৰি বৈঠকত গুৰুত্বসহকাৰে আলোচনা হ’ব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *