কলকাতা ষ্টেডিয়ামত উত্তেজনাময় পৰিৱেশ

 প্ৰিয় তাৰকা ফুটবলগৰাকীক প্ৰত্যক্ষ কৰিব নাপাই উত্তেজিত দৰ্শককে ছল্ট লেক ষ্টেডিয়ামৰ হৰ্ডিং, চকী ভাঙি লণ্ড-ভণ্ড কৰে।

উল্লেখযোগ্য় যে, মাত্ৰ ২২ মিনিটৰ বাবে খেলুৱৈগৰাকী ষ্টেডিয়ামত উপস্থিত থকাকলৈও দৰ্শকসকল হতাশ হৈ পৰে। এই অপ্ৰীতিকৰ ঘটনাকলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আশ্চৰ্য্য প্ৰকাশ কৰি দুৰ্ভাগ্যজনক ঘটনাৰ বাবে লিঅ’নেল মেছি আৰু সকলো অনুৰাগীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে।

আনহাতে, অনুষ্ঠানৰৰ আয়োজকক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে বুলি পশ্চিমবংগৰ ৰাজ্যপাল চি. ভি. আনন্দ বসুৱে জানিবলৈ দিয়ে। 

Leave a Reply

Your email address will not be published. Required fields are marked *