লিঅ’নেল মেছিক সাক্ষাৎ বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ

বিশ্ব ফুটবলৰ এগৰাকী অবিসম্বাদী সম্ৰাট লিঅ’নেল মেছি ভাৰতত উপস্থিত হৈছে।

GOAT India Tourত অংশ লোৱাৰ উদ্দেশ্যে আজি কলকাতাত উপস্থিত হয় ফুটবল তাৰকাগৰাকী।

তাৰকাগৰাকীক বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখ খানেও সাক্ষাৎ কৰে।

এই তিনিদিনীয়া ভ্ৰমণকালত মেছিয়ে কলকাতাৰ উপৰি হায়দৰাবাদ, মুম্বাই আৰু নতুন দিল্লীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *