গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টানবস্তিত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টানবস্তিত থকা এটা অট্টালিকাত মঙলবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ছমহলীয়া অট্টালিকাটোত আছে ভাৰতীয় ষ্টেট বেংকৰো এটা শাখা। অগ্নিকাণ্ডত বহু গুৰুত্বপূৰ্ণ নথি জাহ যোৱাৰ আশংকা কৰা হৈছে। প্ৰায় ৫-৬ ঘণ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *