ৰাজ্যত পুনৰ আন এক বোৱাৰী নিৰ্যাতন।দাৰে হানি-খুচি হত্যাৰ চেষ্টা নিজ পত্নীক।ঘটনা সৰভোগৰ বুঢ়ীকামাৰৰ। সৰভোগঃ ৰাজ্যত পুনৰ…
Category: In Focus
ৰঙিয়াৰ উদিয়ানাত ১৩ গ্ৰাম ড্ৰাগছ সহ আটক এজন
ৰঙিয়াঃ ৰঙিয়াৰ উদিয়ানাৰ জেংগতোলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ১৩ গ্ৰাম ড্ৰাগছ সহ আটক সৰবৰাহকাৰী । ধৃত…
সৰ্থেবাৰীত গৰুচুৰি কাণ্ড
সৰ্থেবাৰীঃ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ব্যাসকুছিট আজি পুৱতি নিশা চুৰি কাণ্ড সংঘটিত হয়। ব্যাসকুছিৰ পশ্চিম…
ৰঙিয়াত চাঞ্চল্যৰ ঘটনাঃ ছাত্ৰ অপহৰণৰ চেষ্টা দুৰ্বৃতৰ
ৰঙিয়াঃ ৰঙিয়াৰ কেকেনিকুছিত চাঞ্চল্যৰ ঘটনা । ভুক্তভোগী ছাত্র আৰু মাতৃৰ অভিযোগ অনুসৰি কেকেনিকুছিস্থিত পূৱ ৰঙিয়া হাইস্কুলৰ…
বজালী ডুবি মালিপাৰাত অমানৱীয় ঘটনাঃ পাষাণ পিতৃয়ে হত্যাকৰাৰ অভিযোগ নিজ কন্যা সন্তানক
বজালী ডুবি মালিপাৰাত অমানৱীয় ঘটনা । পাষাণ পিতৃয়ে হত্যাৰ অভিযোগ নিজ কন্যা সন্তানক । এটি ১১…
নাগালেণ্ডৰ এম্বুলেন্সত চোৰাং কাঠৰ সৰবৰাহ। মৰিয়নিত কাঠসহ তিনিটা চোৰাং কাঠ সৰবৰাহী আটক
নাগালেণ্ডৰ এম্বুলেন্সত চোৰাং কাঠৰ সৰবৰাহ। মৰিয়নিত কাঠসহ তিনিটা চোৰাং কাঠ সৰবৰাহী আটক বনকৰ্মীৰ দ্বাৰা । আমগুৰিঃ…
নলবাৰীৰ বালিকৰিয়া বাসুদেৱ দেৱালয়ত চুৰিকাণ্ড
নলবাৰীৰ বালিকৰিয়া বাসুদেৱ দেৱালয়ত চুৰিকাণ্ড ।।চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী চি চি টিভি কেমেৰাত ৷ মাজনিশা বাসুদেৱ…
দেওপানী বস্তিত এটা কিশোৰক অসৎ চৰিতাৰ্থ পূৰণৰ চেষ্টা কৰা এজন যুৱকক আটক
শিৱসাগৰঃ দেওপানী বস্তিত এটা কিশোৰক অসৎ চৰিতাৰ্থ পূৰণৰ চেষ্টা কৰা এজন যুৱকক আটক কৰিলে গেলেকী আৰক্ষীয়ে।…
উত্তৰ গুৱাহাটীত কলেজীয়া ছাত্ৰীক অপহৰণ
উত্তৰ গুৱাহাটীত কলেজীয়া ছাত্ৰীক অপহৰণ। চুইফ ডিজায়াৰত অহা এজন যুৱকে বলপূৰ্বক ভাৱে উঠাই নিয়ে ছাত্ৰীগৰাকীক। AS…
অসমঃ হাফলঙত উৎকোচৰ অভিযোগত পিডব্লিউডিৰ কাৰ্যবাহী অভিযন্তাক আটক
গুৱাহাটী, ১৭ আগষ্টঃ The Diector of Vigilance and Anti-Corruption দলে বৃহস্পতিবাৰে ডিমা হাচাওৰ হাফলংত এজন পিডব্লিউডি…