পুনৰ মহানগৰীৰ জালুকবাৰীত শ শ আৰক্ষীৰ অভিযান।
কিন্তু কিয় মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰাজপথত নামিল উপযুক্ত বিষয়াসহ জালুকবাৰী আৰক্ষী?
জালুকবাৰী তথা মালিগাওঁ এলেকাত প্ৰতিদিনে চলে বিভিন্ন বেআইনী কাৰ্য্যকলাপ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদেশ মৰ্মে শ শ আৰক্ষীৰ তহল জালুকবাৰী ৰাজপথ তথা ভিন্ন এলেকাত।
পশ্চিম জিলা আৰক্ষী তথা CDSP মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত চলে এই অভিযান।