চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰিল চাউল ভৰ্তি ট্ৰাক

হাউলীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

হাউলীৰ বি এইচ কলেজৰ ঠিক সন্মুখত এখন মালবাহী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই কাষেৰে গৈ থকা এখন চলন্ত চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰে।

দুৰ্ঘটনাত চাৰিচকীয়া বাহনখন ক্ষতিগ্ৰস্ত হয়।

দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ AS 01 GB3484 আৰু ট্ৰাকৰ নম্বৰ AS01E C0747

অৱশ্যে, সৌভাগ্যক্ৰমে এই ভয়ংকৰ দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *