নিশা নগাঁও গোমোঠাগাৱঁৰ 127 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ।
তীব্ৰবেগী দুচকীয়া বাহনৰ খুন্দা ঘাইপথৰ ডিভাইডাৰত।
গুৰুতৰভাৱে আহত বাইক আৰোহী।
সংকটজনক অৱস্থাত আহত দুজনক NMCH লৈ প্ৰেৰণ।
ঘটনাস্থলীৰ পৰা প্ৰায় 100 মিটাৰ দূৰলৈ চুঁচৰি যায় স্কুটি খন।
স্কুটি খনৰ নম্বৰ AS 02 AQ3684।