প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণক কেন্দ্ৰ কৰি তৎপৰ ৰাজ্য চৰকাৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণক কেন্দ্ৰ কৰি তৎপৰ ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বুধবাৰে নামৰূপত উপস্থিত হৈ এক পৰ্যালোচনা বৈঠকত মিলিত হয়। ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে নামৰূপ সাৰ কাৰখানাৰ নতুন গোটৰ আধাৰশিলা স্থাপন কৰি এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাস্থলী পৰিদৰ্শন কৰি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সতে প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *