শোকাৱহ ঘটনা;গংগাধৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন যুৱক

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ তিস্তাৰপাৰ-বালাডোবা অঞ্চলত শোকাৱহ ঘটনা

গংগাধৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন ১৮ বছৰীয়া যুৱক।

ডুগিৰপাৰ গাঁৱৰ জাহিদুৰ ইছলাম নামৰ যুৱকজনৰ সন্ধানহীন

সন্ধানহীন যুৱকজনক বিচাৰি বিএছএফ-এছডিআৰএফ বাহিনীৰ অভিযান অব্যাহত।

এতিয়ালৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই জাহিদুৰ ইছলাম নামৰ যুৱকজনৰ।

এছডিআৰএফ বাহিনী ঘটনাস্থলীত পলম কৈ অহা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *