যোৰহাট বন সংমণ্ডলৰ ফৰেষ্টাৰ মণ্টু হাজৰিকাক নিলম্বন

যোৰহাট বন সংমণ্ডলৰ ফৰেষ্টাৰ মণ্টু হাজৰিকাক নিলম্বন।

বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ তাৎক্ষণিক নিৰ্দেশত ব্যৱস্থা গ্ৰহণ হাজৰিকাৰ বিৰুদ্ধে।

শনিবাৰে ভাইৰেল হৈছিল।হাজৰিকা আৰু এজন যুৱকৰ মাজত কথোপকথনৰ অডিঅ ক্লিপ’

ডাম্পাৰ চলোৱাৰ বিনিময়ত ধন দাবী কৰিছিল হাজৰিকাই।

প্ৰবীণ প্ৰাণ শইকীয়া নামৰ যুৱকজনৰ পৰা প্ৰতিখন গাড়ীৰ বিনিময়ত ২হাজাৰ টকাকৈ দাবী কৰিছিল।

জব্দ কৰিছিল প্ৰবীণ প্ৰাণৰ দুখনকৈ গাড়ী।

অশ্লীল শব্দৰে ভয়- ভাবুকি দিছিল প্ৰবীণ প্ৰাণক।

দৰ-দাম কৰিবলৈ মাতি পঠিয়াইছিল ফৰেষ্টাৰ হাজৰিকাই কাৰ্যালয়লৈ।

কথোপকথনত প্ৰকাশ পাইছিল প্ৰতিখন গাড়ীৰ বাবদ পূৰ্বৰে পৰা বন বিষয়াগৰাকীয়ে ধন লৈ থকাৰ কথা।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গ্ৰহণ কৰে এই কঠোৰ স্থিতি।

Leave a Reply

Your email address will not be published. Required fields are marked *