নিশা ধাৰাষাৰ বৰষুণৰ ফলত পুৰণিগুদাম ন-আলি মূৰত কৃত্ৰিম বান।
মূষলধাৰ বৰষুণৰ ফলত ন-আলি মূৰৰ মূল পথ কৃত্ৰিম বানপানৰ কৱলত।
কৃত্ৰিম বানপানৰ ফলত ন-আলি মূৰৰ কেইবাগৰাকী লোকৰ বাসগৃহৰ ভিতৰত পানী সোমাই।
মূল পথৰ কাষতে থকা পানী যোৱা নলা বন্ধ হৈ যোৱাৰ ফলতেই পথত সৃষ্টি হোৱা কৃত্ৰিম বানৰ পানী সোমাই কেইবাগৰাকী লোকৰ বাসগৃহত।