মুষলধাৰ বৰষুণৰ পাছতে নগাঁৱৰ পুৰণিগুদামত অবৰ্ণনীয় পৰিস্থিতি

নিশা ধাৰাষাৰ বৰষুণৰ ফলত পুৰণিগুদাম ন-আলি মূৰত কৃত্ৰিম বান।

মূষলধাৰ বৰষুণৰ ফলত ন-আলি মূৰৰ মূল পথ কৃত্ৰিম বানপানৰ কৱলত।

কৃত্ৰিম বানপানৰ ফলত ন-আলি মূৰৰ কেইবাগৰাকী লোকৰ বাসগৃহৰ ভিতৰত পানী সোমাই।

মূল পথৰ কাষতে থকা পানী যোৱা নলা বন্ধ‌ হৈ যোৱাৰ ফলতেই পথত সৃষ্টি হোৱা কৃত্ৰিম বানৰ পানী সোমাই কেইবাগৰাকী লোকৰ বাসগৃহত।

Leave a Reply

Your email address will not be published. Required fields are marked *