মহানগৰীৰ নাৰেংগীৰ শান্তি নগৰত নৃশংস হত্যাকাণ্ড

গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ শান্তি নগৰত নৃশংস হত্যাকাণ্ড।

ঝান্দী মুণ্ড জুৱা খেলৰ বাবেই মাৰিয়াই মাৰিয়াই নৃশংস ভাবে হত্যা এজন যুৱকক।

দলবদ্ধ আক্ৰমণত যুৱকজন থিতাতে নিহত।

নিহত যুৱক জন গোলক ৰাভা(৪০) বুলি জানিব পৰা গৈছে

ঘটনা সন্দৰ্ভত দুজন যুৱকক আটক

ঝান্দী মুন্ডা জুৱা খেলৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিন হৈছে।

চিচি টিভিৰ কেমেৰাত বন্দী সমগ্ৰ দৃশ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *