বগীনদীত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান

বগীনদীত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান।

পুৱাৰে পৰা নদীৰ বালিচৰত চলিছে উচ্ছেদ ।

১৩২টা পৰিয়ালক উচ্ছেদৰ পাছতো বগীনদীৰ বালিচৰত আশ্ৰয়ষ

জাননী দিয়াৰ পাছতো বালিচৰৰ পৰা আঁতৰি নগ’ল উচ্ছেদিত সকল।

গ্ৰেজিং মাটিৰ পাছত এইবাৰ বগী নদীৰ বালিচৰত প্ৰশাসনৰ উচ্ছেদ অভিযান।

টিন-টাৰ্পালৰ অস্থায়ী ঘৰতো প্ৰশাসনৰ উচ্ছেদ অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *