Skip to content
- গুৱাহাটী মহানগৰীত পুনৰ চুৰিকাঘাতৰ ঘটনা
- ফাঁচীবজাৰত পদপথৰ অসমীয়া যুৱ ব্যৱসায়ীক আক্ৰমণ
- দোকানৰ ভিতৰত আবদ্ধ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ
- দিল্লীৰ পৰা অহা অনা-অসমীয়া ব্যৱসায়ীৰ চূড়ান্ত দাদাগিৰি
- Bombay Beauty Bazarৰ স্বত্বাধিকাৰী, কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ
- যুৱকজনক ছুৰিৰে আঘাত কৰাৰো অভিযোগ বহিৰাগত ব্যৱসায়ীজনৰ বিৰুদ্ধে
- প্রতিষ্ঠানখনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ
- ব্যৱসায়ীজনক বলপূৰ্বকভাৱে ৫জনীয়া দলে টানি নি কৰে প্রহাৰ
- ঘটনাক কেন্দ্র কৰি ফাঁচী বজাৰ অঞ্চলত তীব্র উত্তেজনাৰ সৃষ্টি হয়
- ঘটনাৰ খবৰ পোৱা লগে লগে ঘটনাস্থলীত উপস্থিত হয় পাণবজাৰ আৰক্ষী
- তাৎক্ষণিকভাৱে আক্রমণকাৰীক কৰায়ত্ত কৰে আৰক্ষীয়ে
- লগতে গুৰুতৰভাৱে আহত যুৱকজনক উদ্ধাৰ প্রেৰণ কৰে হাস্পতাললৈ