পঞ্চদশ মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ

আজি সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ পঞ্চদশ মৃত‍্যুবাৰ্ষিকী

ৰাজ‍্যজুৰি সুধাকণ্ঠক স্মৰণ

জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত উপস্থিত আছু নেতৃত্ব

মহান শিল্পীগৰাকীৰ পুণ‍্য তিথিত স্মৰণ আছুৰ

ভূপেন হাজৰিকাৰ সমাধিত উপস্থিত হৈ চৰকাৰলৈ ৬টা দাবী পুনৰ সুঁৱৰালে আছুৱে

পাঠ‍্যক্ৰমত ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক অন্তভুক্ত

সমগ্ৰ ভাৰতবৰ্ষত ভূপেন হাজৰিকাৰ নামত এখন সাংস্কৃতিক ৰে’ল

গুৱাহাটী ৰে’ল ষ্টেচনটো ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ

অসমৰ বিশ্ববিদ‍্যালয়সমূহত ভূপেন হাজৰিকাৰ নামেৰে এখন আসন সংৰক্ষণ

ভূপেন হাজৰিকাৰ নামত এখন আন্তঃৰাষ্ট্ৰীয় স্তৰৰ গৱেষণা কেন্দ্ৰ স্থাপন

ভূপেন হাজৰিকাৰ সমাধি পৰিসৰ বৃদ্ধি কৰা

এই ৬টা দাবী চৰকাৰলৈ পুনৰ জনালে আছুৱে

Leave a Reply

Your email address will not be published. Required fields are marked *