নিশা চামগুৰিত ভয়ংকৰ অগ্নিকাণ্ড

নিশা চামগুৰিত ভয়ংকৰ অগ্নিকাণ্ড।

১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা চামগুৰিৰ ফুকন তলৰ এটা বাসগৃহত সংঘটিত হয় এই অগ্নকাণ্ড।।

অগ্নিকাণ্ডত জাহ যায় মিলি বেগম আৰু জোনমণি বেগমৰ বাসগৃহ।

অগ্নিকাণ্ডৰ সময়ত বাসগৃহটোত নাছিল কোনো লোক।

বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও জুইত জ্বলি চাৰখাৰ হয় বাসগৃহটোৰ বহু সা-সম্পত্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *