দীপাৱলীৰ উছাহৰ মাজতে সোমবাৰে নিশা উত্তৰ গুৱাহাটী ৰূদ্ৰেশ্বৰত ভয়াবহ অগ্নিকাণ্ড।
উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰৰ প্লাষ্টিক ড্ৰামৰ গুডামত অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতি সাধন হয়।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
দিপাৱলীৰ ফটকাৰ পৰা গুদামত জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।