ধিঙৰ লাংগীয়াত নিশা গুলীচালনাৰ ঘটনা

ধিঙৰ লাংগীয়াত নিশা গুলীচালনাৰ ঘটনা।

ধিঙৰ লাংগীয়া ঘাটৰ পৰা বাইকত ঘৰলৈ আহি থকা অৱস্থাত দুলাল উদ্দিন নামৰ ব্যক্তিগৰাকীৰ ওপৰত গুলীচালনা।

অচিনাক্ত বাইক আৰোহীয়ে গুলীচালনা কৰে দুলাল উদ্দিনৰ ওপৰত।

সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুলাল উদ্দিন নামৰ ব্যক্তিজন।

ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰে।

অচিনাক্ত বাইক আৰোহী দুজন তীব্ৰ গতিত পলায়ন কৰে ঘটনাস্থলীৰ পৰা।

এই ঘটনাক লৈ সমগ্ৰ ধিঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *