দাম বৃদ্ধিৰ বিৰুদ্ধে চামগুৰিৰ আমনিত CPI(M)ৰ প্ৰতিবাদ।
পেট্ৰ’ল-ডিজেল,ৰন্ধন গেছ,জীৱনদায়িনী ঔষধৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ CPI(M)ৰ।
মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে দলটোৱে অনাগত দিনত অধিক তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ।
প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে এই মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ অধঃশতাধিক ৰাইজৰ।