তিনিচুকীয়াৰ হিজুগুৰিত বিধ্বংসী অগ্নিকাণ্ড

তিনিচুকীয়াৰ হিজুগুৰিত বিধ্বংসী অগ্নিকাণ্ড।

হিজুগুৰিৰ VIPপথস্থিত এটা ডেম্পত সংঘটিত হয় অগ্নিকাণ্ড।

অগ্নিকাণ্ডত জাহ যায় বহু সামগ্ৰী।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ নিৰ্বাপণ কৰে জুই।

Leave a Reply

Your email address will not be published. Required fields are marked *