ঘনকান্ত গগৈৰ বুকু ভেদি গ’ল আৰক্ষীৰ গুলী…

  • ঘনকান্ত গগৈৰ বুকু ভেদি গ’ল আৰক্ষীৰ গুলী
  • গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শিৱসাগৰ আৰক্ষীয়ে জিম্মাত লৈছিল গগৈক
  • ডিমৌ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত কাৰাগাৰতে গ্ৰেপ্তাৰ ঘনকান্ত গগৈক
  • শিৱসাগৰলৈ বলেৰ’ বাহনত ঘনকান্তক লৈ গৈছিল শিৱসাগৰ আৰক্ষীয়ে
  • ফুলপানীচিগা পোৱাৰ সময়তে প্ৰস্ৰাৱ কৰিবলৈ লওঁতেই পলায়নৰ চেষ্টা
  •  ঘটনাত আহত শিৱসাগৰ আৰক্ষীৰ নগৰ পৰিদৰ্শক দেৱাশীষ শৰ্মা
  • শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে ঘনকান্তৰ মৃতদেহ
  • ২০২৪ত ঘনকান্তৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ তৰিছিল PNBৰ মেনেজাৰে
  •  শিৱসাগৰত ৰুজু হৈ আছিল 108/2024 নম্বৰৰ গোচৰ

Leave a Reply

Your email address will not be published. Required fields are marked *