গোসাঁইগাঁৱৰ জানালি নদীত মাছ মাৰিবলৈ গৈ সলিল সমাধি এজন লোকৰ
মৃত লোকজন বাংটিঝৰা গাঁৱৰ ফিটলু টপ্প’ (৪৫) বুলি চিনাক্ত
সন্ধিয়া মাছ মাৰিবলৈ যাওঁতে পানীত মৃগীৰোগত আক্ৰান্ত হৈ নদীত পৰি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে
ঘটনাৰ পিছতে প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়
উদ্ধাৰ কৰা মৃতদেহটো আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হয়
ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া