ধুবুৰী আঠানিৰ টিপকাই নদীত উদ্ধাৰ সন্ধানহীন শিশুৰ মৃতদেহ।
পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
শনিবাৰে সমনীয়াৰ লগত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল শিশুটি।
শিশুটি বিলাসীপাৰা গৌৰাং ব্ৰীজৰ সুৰত জামানৰ পুত্ৰ ইয়াকুব আলী।
শিশুটি আঠানিৰ চাংবান্ধাকুটিৰ ববায়েকৰ ঘৰত আলহী খাবলৈ আহি নদীত সন্ধানহীন হৈছিল।