আৰক্ষীৰ জালত ২ কন্টেন্ট ক্রিয়েটৰ।
সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰি আৰক্ষীৰ জালত দুই ইউটিউবাৰ।
উজনি অসমৰ লোকক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ।
আৰক্ষীৰ জালত ধীমান ৰায় চৌধুৰী, পিংগল প্রত্যুষ সিং নাম লোকদুজন।
‘অসমীয়া যুৱ মঞ্চ’ৰ এজাহাৰৰ ভিত্তিত দুয়োকে আটক আমগুৰি আৰক্ষীৰ।