আজিও জামিন নাপালে শ্যামকানু মহন্তই

আজিও জামিন নাপালে শ্যামকানু মহন্তই।

পুনৰ উচ্চতম ন্যায়ালয়ে ৩০ নৱেম্বৰলৈ পিছুৱাই দিলে ৰায়দানৰ দিন।

অসম চৰকাৰৰ মহাধিবক্তাই মুখ্যমন্ত্ৰীক জনালে এই কথা।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলযোগে এই কথা ঘোষণা কৰিলে

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয়, ‘‘১৬০জন সাক্ষীয়ে কোৱা নাই অভিযুক্তৰ বিৰুদ্ধে কোনো কথা। অমৃত প্ৰভাৰ বিৰুদ্ধে এটা কথাও কোৱা নাই ১৬০জন সাক্ষীয়ে। আদালতত এটা কথা কৈছে আৰু বাহিৰত এটা বাইট দিছে।’’

Leave a Reply

Your email address will not be published. Required fields are marked *