ডিগবৈৰ PNGB পথৰ অৰ্ধনিৰ্মিত কালভাৰ্টত দুৰ্ঘটনা।
অৰ্ধনিৰ্মিত কালভাৰ্টটোত এখন বাহন পৰি দুৰ্ঘটনাগ্ৰস্ত।
স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় বাহনখন।
কালভাৰ্টটোত বেৰিকেড ব্যৱস্থা নথকাৰ বাবে এই দুৰ্ঘটনা।
অৰ্ধনিৰ্মিত কালভাৰ্টটোৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ।
বিভাগীয় কৰ্তৃপক্ষক অৰ্ধনিৰ্মিত কালভাৰ্টটো মেৰামতিৰ দাবী ৰাইজৰ।