ৰাজ্যত অব্যাহত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত জুৱাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ ধৰাবাহিক অভিযান।

ধুবুৰী চহৰৰ N,S Road ত থকা মিতালী ক্লাবত জুৱাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান।

আৰক্ষীৰ এই অভিযানত ধুবুৰী চহৰৰ পৰা ১০ জনকৈ জুৱাৰীক আটক কৰে।

আৰক্ষীয়ে মিতালী ক্লাৱৰ পৰা জুৱাৰ সামগ্ৰীয়ো জব্দ কৰে ধুবুৰী আৰক্ষীয়ে।

সম্প্ৰতি ১০ জন জুৱাৰীক আটক কৰি ধুবুৰী আৰক্ষী তদন্ত অব্যাহত ৰাখিছে।

১০ জনৰ ভিতৰত কেইবাজনো আছে হাইপ্ৰফাইল জুৱাৰী৷

Leave a Reply

Your email address will not be published. Required fields are marked *