চামগুৰিৰ তেলিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
তীব্ৰবেগী চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত
গুৱাহাটী-লক্ষিমপুৰ অভিমুখে আহিছিল টাটা NEXON বাহন খন
দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত বাহনত থকা দুই আৰোহী
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS14P5138
দুৰ্ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আহত দুই আৰোহীক প্ৰেৰণ কৰে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ