শিৱসাগৰ জিলাৰ নাজিৰা খেল পথাৰত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ।
মৃতদেহটো ২৫ নং আৰক্ষী বেটেলিয়েনৰ মেধি উপাধিৰ এগৰাকী জোৱানৰ বুলি জানিব পৰা গৈছে ।
মৃতদেহৰ কাষত এটা বন্দুক উদ্ধাৰ হৈছে ।
মৃতদেহৰ শৰীৰৰ মুখমণ্ডলত গুলীৰ আঘাত স্পষ্ট।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ।
আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ।