শিৱসাগৰ যুৱদলত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী

শিৱসাগৰ যুৱদলত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী।

আছু প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি কলিতাসহ ২০ জন আছুৰ সদস্যই ৰাইজৰ দলত যোগদান কৰে।

লগতে যোগদান কৰে AGP বহুকেইগৰাকী ৱাৰ্ড মেম্বাৰে।

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধায়ক অখিল গগৈ উপস্থিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *