নগাঁৱৰ চকৰি গাৱঁত ভয়ংকৰ পথ দুৰ্ঘটনা।
ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু অসম আৰক্ষীৰ জোৱানৰ। মৃত জোৱান জনৰ নাম দিব্যজ্যোতি কলিতা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, দুৰ্ঘটনাত পতিত হৈ দিব্যজ্যোতি কলিতা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। আজি পুৱা আৰক্ষীৰ জোৱান গৰাকীয়ে মৃত্যুক সাৱটি লয়।
বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বেটলিয়নৰ কনিষ্টবল আছিল দিব্যজোতি