বজাৰত দামবৃদ্ধিৰ জুই! অস্বাভাৱিকভাৱে বৃদ্ধি চাউল, চেনি, মিঠাতেল, পিঁয়াজৰ দাম। আজিৰে পৰা বৃদ্ধি পালে আমূল আৰু মাডাৰ ডেইৰীৰ গাখীৰৰ দাম।
আমুল গাখীৰৰ দাম প্রতি লিটাৰত ২-৬ টকালৈ বৃদ্ধি
দাম বাঢ়িল মাডাৰ ডেইৰীৰ গাখীৰৰো
ইৰীৰ গাখীৰৰ দাম ২-৪ টপ্ৰতিলিটাৰ মাডাৰ ডেকাকৈ বৃদ্ধি