বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ হিন্দু যুৱ-ছাত্র পৰিষদ লখিমপুৰ জিলা সমিতিৰ।
লখিমপুৰৰ ৰাজপথত দাহ কৰিলে বাংলাদেশৰ পতকাৰ লগতে মুহাম্মদ ইউনুছৰ পুত্তলিকা দাহ। ।
বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হোৱাৰ সমান্তৰালভাৱে লখিমপুৰ নগৰত হিন্দু যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰৰ ৰাজপথত বাংলাদেশৰ পতাকাৰ দাহ কৰাৰ লগতে মুহাম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।